Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰো সৈতে নথকা
Example : তেওঁ ঘৰত অকলে আছে
Synonyms : অকলে, একাকী
Meaning : ভিতৰত একো নথকা বা যি অপূর্ণ
Example : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
Synonyms : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত
Meaning : যি কোনো কামত ব্যস্ত নহয়
Example : মই এই সময়ত খালী আছোঁ
Synonyms : কামহীন, ্কর্মহীন
Meaning : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই
Example : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে
Install App