Subscribe
URL of the page has been copied to clipboard.
Meaning : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
Example : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
Synonyms : জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
Meaning : দীঘল আৰু গভীৰ ্গাঁত
Example : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল
Synonyms : খাদ, খাৱৈ
Meaning : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ
Example : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে
Synonyms : গাঁত
Install App