Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঠাইৰ পৰা ধাতুৰ আকৰ আদি খান্দি উলিওৱা হয়
Example : কয়লাৰ খনিত পানী সোমাই যোৱাত এশজন লোকৰ মৃত্যু ঘটিল
Synonyms : খনি
Meaning : দীঘল আৰু গভীৰ ্গাঁত
Example : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল
Synonyms : খাল, খাৱৈ
Install App