Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুত খাব পৰা ব্যক্তি
Example : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
Synonyms : জীয়াভূত, পেটুৱা, ৰাক্ষহ
Meaning : অত্যধিক খাওঁ্তা
Example : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে
Synonyms : অতিভোজী, খঁকুৱা, খকুৱা, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক
Install App