Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খবৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

খবৰ   বিশেষ্য

Meaning : মনোযোগ দিয়া

Example : বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল

Synonyms : সোধ

Meaning : সেই ধৰণৰ কথা যাৰ আলমত অন্য কোনো ডাঙৰ কথা, ঘটনা, ৰহস্য আদিৰ অনুসন্ধান কৰা হয়

Example : কালি হোৱা বেংক ডকাইতিৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্র বিচাৰি পোৱা নাই

Synonyms : খা-খবৰ, শুংসূত্র

Meaning : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা

Example : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল

Synonyms : বতৰা, বাতৰি, সংবাদ, সমাচাৰ, সম্বাদ

Meaning : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ

Example : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল

Synonyms : খবৰ বাতৰি, বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ

Meaning : মুখেৰে কোৱা কোনো সমাচাৰ

Example : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ

Synonyms : বাতৰি, সন্দেশ

Meaning : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা

Example : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে

Synonyms : জাননী, বাতৰি