Meaning : স্থিৰ ৰাসায়নিক গঠনযুক্ত অজৈৱিক প্রাকৃতিক পদার্থ
Example :
খনিজ পদার্থৰ ্পৰা বিভিন্ন ৰাযায়নিক পদার্থৰ নি্র্মাণ হয়
Synonyms : আকৰ
Meaning : খনিৰ পৰা খান্দি উলিওৱা পদার্থ
Example :
কয়লা এবিধ খনিজ পদার্থ