Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খণ্ড from অসমীয়া dictionary with examples, synonyms and antonyms.

খণ্ড   বিশেষ্য

Meaning : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ

Example : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে

Meaning : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

Example : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

Synonyms : টুকুৰা, পীচ

Meaning : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

Example : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

Synonyms : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ

Meaning : যিকোনো বস্তুৰ গোটা টুকুৰা

Example : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

Synonyms : টুকুৰা

Meaning : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

Example : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

Synonyms : অধ্যায়, পর্ব

Meaning : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

Example : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

Synonyms : অংক, নম্বৰ, সংখ্যা

Meaning : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

Example : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

Synonyms : টুকুৰা, ভাগ

Meaning : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

Example :

Synonyms : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ