Subscribe
URL of the page has been copied to clipboard.
Meaning : জোৰা দিয়াৰ কাম
Example : সোণাৰীয়ে গহনাবোৰত হীৰা খটাইছে
Synonyms : জোৰা দিয়া
Meaning : কাৰোবাক কিবা স্মৰণ কৰোৱা কার্য
Example : তুমি অলপ নিজৰ মগজটো খটোৱা
Synonyms : মনত পেলোৱা
Meaning : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
Example : সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
Synonyms : লগোৱা
Install App