Meaning : বহুত বেছি পৰিশ্রম কৰা
Example :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
Meaning : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
Example :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
Synonyms : কামত লগোৱা