Meaning : হিচাপৰ কেঁ্চা চিঠা
Example :
তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
Meaning : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
Example :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
Synonyms : পাণ্ডুলিপি, পাণ্ডুলেখ
Meaning : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
Example :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
Synonyms : পাণ্ডুলেখ