Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word খকুৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

খকুৱা   বিশেষণ

Meaning : খাদ্য বা পানীয় আদি বেছিকৈ খোৱাৰ ৰুচি থকা লোক

Example : খোৱাৰ বাবত ইমান সময় দিয়াটো আপোনাৰ দৰে খকুৱা ব্যক্তিৰ কাৰণেহে সম্ভৱ

Synonyms : অতিভোজী, ঔদৰিক, পেটুৱা

Meaning : অত্যধিক খাওঁ্তা

Example : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে

Synonyms : অতিভোজী, খঁকুৱা, খাইকহ, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক