Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত শুল্ক বা কৰ লগা নাই
Example : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত
Synonyms : কৰমুক্ত, নিষ্কৰ, লাখেৰাজ
Meaning : যʼত কৰ আৰোপ কৰা হোৱা নাই
Example : ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
Synonyms : কৰমুক্ত
Install App