Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কৰ-কাটল from অসমীয়া dictionary with examples, synonyms and antonyms.

কৰ-কাটল   বিশেষ্য

Meaning : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

Example : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

Synonyms : কটল, কাটল, কৰ, খাজনা, টেক্স, শুল্ক

Meaning : খেতি-বাতিৰ মাটিত লগোৱা কৰ

Example : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

Synonyms : কটল, কাটল, কৰ, খাজনা, খেৰাজ, টেক্স, শুল্ক