Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কৰ ভৱন from অসমীয়া dictionary with examples, synonyms and antonyms.

কৰ ভৱন   বিশেষ্য

Meaning : চহৰৰ বাহিৰত বনোৱা চকী বা স্থান যʼত বাহিৰৰ পৰা অহা আৰু চহৰত প্রৱেশ কৰা মালবস্তু আদিৰ বাবত কৰ বা শুল্ক আদি লোৱা হয়

Example : কৰ ভৱনৰ সন্মুখলৈ অহাৰ লগে লগেই মালবাহী ট্রাকখনে কৰ দিবৰ কাৰণে গাড়ীৰ গতিবেগ কমালে