Subscribe
URL of the page has been copied to clipboard.
Meaning : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
Example : তাৰ হাতত বৰ জোৰ আছে
Synonyms : পাণি, ভূজ, হস্ত, হাত
Meaning : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
Example : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
Synonyms : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
Meaning : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
Example : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
Synonyms : হস্ত, হাত
Meaning : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
Example :
Synonyms : পাণি, হস্ত, হাত
Meaning : খেতি-বাতিৰ মাটিত লগোৱা কৰ
Example : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
Synonyms : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
Meaning : মণিবন্ধৰ আগৰ অংশ
Example : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
Synonyms : হাত
Install App