Subscribe
URL of the page has been copied to clipboard.
Meaning : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
Example : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
Synonyms : কাৰাদণ্ড, কাৰাবাস, ঘানি টনা-, জেল, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
Meaning : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
Example : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
Synonyms : কাৰাবাস, বন্দী
Install App