Subscribe
URL of the page has been copied to clipboard.
Meaning : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
Example : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
Synonyms : অৱক্ষয়
Meaning : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
Example : কাৰো অপকাৰ নকৰিবা
Synonyms : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
Meaning : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
Example : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
Synonyms : অপচয়, হ্রাস
Meaning : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
Example : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
Synonyms : উচ্ছেদ, নিপাত, বিলোপ, লোপ
Install App