Subscribe
URL of the page has been copied to clipboard.
Meaning : যি নিশকতীয়া আৰু পাতল শৰীৰৰ
Example : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে
Synonyms : কৃশ, কেটেঙা, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, লেৰেলা, শী্র্ণ
Meaning : শাৰীৰিকভাৱে ক্ষীণ
Example : অসুখৰ বাবে তেওঁ বহুত ক্ষীণ হৈ পৰিল
Synonyms : শী্র্ণ, ্দুর্বল
Install App