Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ক্ষণ from অসমীয়া dictionary with examples, synonyms and antonyms.

ক্ষণ   বিশেষ্য

Meaning : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

Example : সময় কাৰোবাবে ৰৈ নাথাকে

Synonyms : কাল, বেলা, সময়

Meaning : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

Example : এই কামটো কৰিবৰ সময় হʼল

Synonyms : দাও, বেলা, সময়, সুচল, সুযোগ

Meaning : কাল বা সময়ৰ সবাটোকৈ সৰু একক

Example : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান

Synonyms : নিমেষ, লহমা

Meaning : অনিশ্চিত কম সময়

Example : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম

Synonyms : খন্তেক, চেকেণ্ড, মিনিট