Meaning : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
Example :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
Synonyms : আমোদ-প্রমোদ, খেল
Meaning : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
Example :
খেলত জয়-পৰাজয় থাকেই
Synonyms : খেল, খেল-ধেমালি