Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো কৰা হোৱা নাই
Example : প্রথমে নকৰা কামখিনি আৰম্ভ কৰা
Synonyms : অকৃত, অক্রিয়, অসম্পন্ন, অসাধিত, নকৰা-
Meaning : যি কাম নকৰে বা কোনো কামত লাগি থকা নাই
Example : অনুঘটক নিষ্ক্রিয় হৈ থাকে
Synonyms : ক্রিয়াৰহিত, নিষ্ক্রিয়
Install App