Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
Example : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
Synonyms : পদ্ধতি, প্রক্রিয়া, প্রণালী
Meaning : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
Example : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
Synonyms : ক্রিয়াপদ
Meaning : কোনো কাম হোৱা বা কৰাৰ ভাব
Example : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
Synonyms : কার্য
Install App