Meaning : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
Example :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
Synonyms : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
Meaning : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
Example :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
Synonyms : বুজোৱা
Meaning : স্থিৰ কৰা
Example :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
Meaning : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
Example :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
Synonyms : লোৱা
Meaning : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
Example :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
Synonyms : জনোৱা
Meaning : কোনো কথা কোৱাত প্রবৃত্ত কৰা
Example :
শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
Synonyms : আওৰোৱা
Meaning : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
Example :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
Synonyms : উচ্চাৰণ কৰা
Meaning : কিবা কৈ বাধক হোৱা
Example :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
Meaning : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
Example :
পইচাই কথা কয়
Meaning : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
Example :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
Meaning : কিবা কৰিবলৈ আদেশ দিয়া
Example :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
Synonyms : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
Meaning : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
Example :
তেওঁ কʼলে যে ৰহিম আজি নাহে
Meaning : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
Example :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে