Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

কোৱা   বিশেষ্য

Meaning : কোৱা কথা

Example : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

Synonyms : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

Meaning : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

Example : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

Synonyms : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

Meaning : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

Example : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

Synonyms : বুজোৱা

Meaning : স্থিৰ কৰা

Example : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

Meaning : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

Example : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

Synonyms : লোৱা

Meaning : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

Example : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

Synonyms : জনোৱা

Meaning : ভাল-বেয়া কোৱা

Example : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

Synonyms : শুনোৱা

Meaning : কোনো কথা কোৱাত প্রবৃত্ত কৰা

Example : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

Synonyms : আওৰোৱা

Meaning : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

Example : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

Synonyms : উচ্চাৰণ কৰা

Meaning : কিবা কৈ বাধক হোৱা

Example : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

Meaning : নামেৰে জনা

Example : মানুহে গান্ধীজীক বাপু বুলিও কয়

Synonyms : মতা

Meaning : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

Example : পইচাই কথা কয়

Meaning : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

Example : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

Meaning : মৌখিক ্বর্ণ্্না কৰা কার্য

Example : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

Synonyms : শুনোৱা

Meaning : কিবা কৰিবলৈ আদেশ দিয়া

Example : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

Synonyms : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

Meaning : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

Example : তেওঁ কʼলে যে ৰহিম আজি নাহে

Meaning : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

Example : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

Synonyms : বেকত কৰা, বোলা

Meaning : অভিহিত কৰা

Example : বেণাৰসক কাশী বুলিও কোৱা হয়

Synonyms : অভিহিত কৰা

কোৱা   বিশেষণ

Meaning : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

Example : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে