Meaning : কোৰিয়া দেশৰ অধিবাসী
Example :
সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে
Synonyms : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী
Meaning : যি লিপিত কোৰিয়ান ভাষা লিখা হয়
Example :
অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল
Synonyms : কোৰিয়ান লিপি
Meaning : কোৰিয়া দেশৰ ভাষা
Example :
কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে
Synonyms : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা
Meaning : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত
Example :
কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ
Meaning : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে