Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
Example : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
Synonyms : অংক, অংকতল অংকদেশ, অঙ্ক, উৎসঙ্গ, কোল, ক্রোৰ
Install App