Meaning : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
Example :
তেওঁ বিচনাখন কোবাই আছে
Synonyms : কোবাই থকা
Meaning : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
Example :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
Synonyms : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা