Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
Example : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
Synonyms : বেগ, সোঁত
Meaning : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
Example : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
Synonyms : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
Meaning : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
Example : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
Synonyms : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
Install App