Meaning : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়
Example :
কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে
Synonyms : আইচক্রীম কোণ
Meaning : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান
Example :
এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ