Subscribe
URL of the page has been copied to clipboard.
Meaning : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
Example :
Synonyms : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠালি, খোঁক, খোটালি, ৰূম
Meaning : কোনো কোঠাত উপস্থিত লোক
Example : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
Synonyms : শ্রেণী
Install App