Subscribe
URL of the page has been copied to clipboard.
Meaning : কোংকনৰ অধিবাসী
Example : মোৰ ওচৰ চুবুৰীয়াজন কোংকনী
Synonyms : কোংকণী
Meaning : কোংকণী ভাষাত লিখা
Example : তেওঁ ্কোংকণী সাহিত্যৰ এজন প্রসিদ্ধ সাহিত্যক
Meaning : কোংকণ ক্ষেত্রৰ সৈতে সম্বন্ধ থকা
Example : তেওঁ ্কোংকণী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে
Meaning : কোংকনত থকা বা বসতি কৰা
Example : কোংকনী মাছমৰীয়াসকলে নিজৰ দাবীসমূহ চৰকাৰৰ আগত দাঙি ধৰিলে
Install App