Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰজাৰ পুত্র
Example : নেপালৰ ৰাজকুমাৰে নিজৰ পৰিয়ালৰ সকলোকে হত্যা কৰি নিজেও গুলি কৰি আত্মহত্যা কৰিলে
Synonyms : ৰাজকুমাৰ, ৰাজকোঁৱৰ, ৰাজপুত্র
Meaning : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল
Example :
Synonyms : আপা, কিশোৰ, কুমাৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বাচ্চা, বালক, লʼৰা
Install App