Meaning : তৰকাৰী বনাই খোৱা সেউজীয়া তিতা ফল লগা এবিধ লতা
Example :
তেওঁ কেৰেলাৰ ওপৰত কীটনাশক দৰব চটিয়াই আছে
Meaning : লতাত লগা কাঁইটীয়া গাৰে পাচলি ৰূপে ব্যৱহাৰ কৰা এবিধ ফল
Example :
তেওঁ কেৰেলাৰ ভাজি খাই বৰ ভাল পায়
Meaning : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন ৰাজ্য
Example :
কেৰেলাত ঐণম উৎসৱ বৰ উলহ-মালহেৰে উদযাপন কৰা হয়