Subscribe
URL of the page has been copied to clipboard.
Meaning : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
Example : কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
Meaning : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
Example : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
Synonyms : কুমকুম, কেসৰ, জাফৰান
Meaning : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
Example : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
Synonyms : কেসৰ
Install App