Subscribe
URL of the page has been copied to clipboard.
Meaning : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
Example : তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
Synonyms : কুন্তল, চুলিৰ কোছা, সতিনী চুলি
Meaning : চুলিৰ সমূহ
Example : নাপিতৰ দোকানত বিধে বিধে কেশগুচ্ছ দেখা গৈছিল
Synonyms : চুলি, চুলিগুছা
Install App