Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাল-বেয়া নভবাকৈ মুখত যি আহে তাকে কোৱা
Example : ইয়াত চেলবেলাই নাথাকিবা
Synonyms : কেল্-কেলনি, চেলবেলনি, বক্-বকনি
Meaning : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
Example : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
Synonyms : কিৰিলি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ
Install App