Meaning : কেনিয়াৰ নিবাসী
Example :
কেনিয়ানে পৰীক্ষাত সকলোতকৈ বেছি নম্বৰ লাভ কৰিছে
Synonyms : কেনিয়াবাসী
Meaning : কেনিয়াৰ লগত সম্পর্কীত বা কেনিয়াৰ
Example :
কেনিয়ান ৰাষ্ট্রপতি এতিয়া ভাৰতলৈ আহিছে
Synonyms : কেনিয়া-সম্বন্ধী