Meaning : পাঁচো আঙুলিৰ মাজৰ আটাইতকৈ সৰু আঙুলি:তেওঁৰ্ হাতৰ কেঞা-আঙুলিত মুকুতাৰ আঙুঠি জিলিকি আছে
Example :
Meaning : আঙুলিবোৰৰ ভিতৰত যিটো আঙুলি সকলোতকৈ সৰু
Example :
চুৰি কটাৰিখনে শীলাৰ কেঞা-আঙুলিটো কাটিলে
Synonyms : কেঞা