Meaning : যাক তাপ দি সিজোৱা হোৱা নাই
Example :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
Meaning : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
Example :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
Meaning : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
Example :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
Synonyms : আধাসিজা