Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ দয়া আছে
Example : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
Synonyms : কাৰুণিক, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
Meaning : যিজন বৰ দয়ালু হয়
Example : দয়াৰাম মহাজন দয়াৰ সাগৰ, তেওঁ দুখীয়াৰ সেৱাত সকলো অর্পন কৰিলে
Synonyms : কৰুণা সাগৰ, দয়াৰ সাগৰ
Install App