Meaning : নিজক কৰা উপকাৰ মানি লোৱা লোক
Example :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
Synonyms : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
Meaning : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
Example :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
Synonyms : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, ধন্য, বাধিত
Meaning : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
Example :
ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
Synonyms : ধন্য