Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো ঘটি গৈছে
Example : তেওঁ নিজৰ জীৱনত সংঘটিত ঘটনাৰ বর্ণ্্না কৰি আছিল
Synonyms : সংঘটিত, সাধিত
Meaning : যিটো কৰা হৈ গৈছে
Example : কৃত কার্যক ্ দোহাৰি লাভ নাই
Synonyms : নিষ্পন্ন, সংঘটিত, সম্পন্ন, সাধিত
Meaning : যিটো ৰচনা কৰা বা বনোৱা হৈছে
Example : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
Synonyms : নির্মিত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
Install App