Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম আদিত প্রবীণ বা দক্ষ হোৱা ভাব
Example : ক্রিকেটত শচীনৰ নিপুণতা জগত বিখ্যাত
Synonyms : দক্ষতা, নিপুণতা, পটুতা, প্রবীণতা, বিচক্ষণতা
Meaning : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
Example : চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
Synonyms : দক্ষতা
Install App