Meaning : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
Example :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
Synonyms : অক্ষতযোনি নাৰী, কন্যা
Meaning : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
Example :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
Meaning : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
Example :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
Synonyms : অবিবাহিত, অবিবাহিত মহিলা
Meaning : যি স্ত্রী ৰজস্বলা হোৱা নাই
Example :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
Synonyms : কুঁৱৰী