Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে মাটিৰ বাচন-বর্তন ্ তৈয়াৰ কৰে
Example : মাটিক বিভিন্ন আকাৰ দিয়াত কুমাৰসকল সিদ্ধহস্ত
Synonyms : কুম্ভকাৰ, কুলাল, হীৰা
Meaning : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল
Example :
Synonyms : আপা, কিশোৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বাচ্চা, বালক, লʼৰা
Meaning : যাৰ বিবাহ হোৱা নাই
Example : অবিবাহিত পুৰুষহে এই পদটোৰ প্রার্থী হʼব পাৰিব
Synonyms : অবিবাহিত
Install App