Subscribe
URL of the page has been copied to clipboard.
Meaning : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
Example : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
Synonyms : কুচক্রী
Meaning : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
Example : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
Synonyms : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
Meaning : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
Example : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
Synonyms : কপটপূর্ণ, কপটময়, চলনাময়
Install App