Subscribe
URL of the page has been copied to clipboard.
Meaning : শুকান ঘাঁহ আদিৰ টুকুৰা
Example : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
Synonyms : খেৰ-কুটা
Meaning : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
Example : মোৰ চকুত কুটা সোমাইছে
Meaning : খুন্দা বা কুটাৰ কার্য
Example : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
Synonyms : খুন্দা, বনা
Meaning : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
Example : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
Synonyms : কুটি থকা
Meaning : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
Example : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
Synonyms : কুটি খোৱা
Meaning : কুটি থোৱা
Example : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
Install App