Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কীট-নাশক from অসমীয়া dictionary with examples, synonyms and antonyms.

কীট-নাশক   বিশেষ্য

Meaning : পোক-পতঙ্গ আদি মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা ৰাসায়নিক দ্রব্য

Example : শস্যবোৰ পোক-পতঙ্গৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কীটনাশক ছটিওৱা হৈছে

Synonyms : কীট-নাশক দ্রব্য, কীটনাশক, কীটনাশক দ্রব্য

কীট-নাশক   বিশেষণ

Meaning : পোক-পতঙ্গ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্য বিশেষ

Example : খেতিয়কজনে পথাৰত কীটনাশক ঔষধ ছটিয়াই আছে

Synonyms : কীটনাশক