Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কিশলয় from অসমীয়া dictionary with examples, synonyms and antonyms.

কিশলয়   বিশেষ্য

Meaning : নতুনকৈ ওলোৱা গছৰ কোমল পাত

Example : তেওঁ ্ গছৰ পৰা কুঁহিপাত ছিঙি আছে বসন্তকালত গছে কুঁহি মেলে

Synonyms : কুঁহি, কুঁহিপাত, কোঁহ, নতুনপাত, নৱপত্র, নৱপল্লৱ, পত্রাঙ্কুৰ, পত্রোদ্গম

Meaning : ৰোপিত বীজৰ পৰা প্রথমে ওলোৱা কোমল সৰু ঠাৰি যʼৰ পৰা নতুন পাত ওলায়

Example : পথাৰত বুটমাহৰ গঁ্জালি ওলাইছে

Synonyms : অংকুৰ, গঁ্জালি