Subscribe
URL of the page has been copied to clipboard.
Meaning : মিস্ত্রীৰ কাম
Example : মনোহৰে চহৰত মিস্ত্রী কৰে
Synonyms : কাৰিকৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
Meaning : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়
Example : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে
Synonyms : কাৰিকৰ, বাঢ়ৈ, মিস্ত্রী
Meaning : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
Example : কাৰিকৰজন আজি কামলৈ নাহিল
Synonyms : কাৰিকৰ
Install App