Meaning : মিস্ত্রীৰ কাম
Example :
মনোহৰে চহৰত মিস্ত্রী কৰে
Synonyms : কাৰিগৰ, মিস্ত্রি, মিস্ত্রী, মিস্ত্রী-কাম
Meaning : হাতেৰে বিশেষ ধৰণৰ কাম কৰা ব্যক্তি বা কোনো বিশেষ কার্যত নিপুণ
Example :
কাৰিকৰজন আজি কামলৈ নাহিল
Synonyms : কাৰিগৰ
Meaning : শিল্পৰ কাম কৰা ব্যক্তি
Example :
তাজমহল নিপুণ শিল্পীৰ এক অনুপম কৃতি
Synonyms : কলাকুশলী, কাৰুশিল্পী, শিল্পকাৰ, শিল্পকৰ, শিল্পী, শিল্প্কর্ম্্কাৰ